ভোগালী ও মাঘ বিহুৰ শুভেচ্ছা বাণী বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ; বিহু থাকে মানে বিহুকে বিনাবি বিহু গলে বিনাবি কাক । আপোনাৰ ঘৰত ভোগালী বিহুৱে ভোগৰ অৱতাৰণা বৃদ্ধি কৰে যেন । আৰু আপোনাৰ লগতে ঘৰৰ প্ৰতিজন সদস্যৰে জীৱনটো সর্বাংগ সুন্দৰ হয় তাৰ কৃপা ৰাখিলোঁ…