ভোগালী ও মাঘ বিহুৰ শুভেচ্ছা বাণী

বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ; বিহু থাকে মানে বিহুকে বিনাবি বিহু গলে বিনাবি কাক । আপোনাৰ ঘৰত ভোগালী বিহুৱে ভোগৰ অৱতাৰণা বৃদ্ধি কৰে যেন । আৰু আপোনাৰ লগতে ঘৰৰ প্ৰতিজন সদস্যৰে জীৱনটো সর্বাংগ সুন্দৰ হয় তাৰ কৃপা ৰাখিলোঁ । আশা কৰিম ভেলা ঘৰৰ মেজিৰ অগ্নিয়ে মনৰ থকা সকলোবোৰ দু-কাৰ্য,দু আচাৰৰ দহন কৰে যেন - ভোগালী ও মাঘ বিহুৰ শুভেচ্ছাৰে ।

মেজিৰ পবিত্র জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক।ভোগালী মাঘৰ মেজি,পিঠা-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক।ভোগালীৰ ভেলাঘৰ,উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্ৰ উমেৰে তোমাৰ লগতে পৰিয়ালৰ সকলোৰে জীৱন সুখময় হওঁক।***ভোগালীৰ উলগ জনালোঁ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ সকলোলৈকে****

মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে..

অসমীয়া বাপুতি সাহোন ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলো সমূহ অসমবাসী ৰাইজলৈ । ধন্যবাদ.